গুৱাহাটীত পুনৰ উদ্ধাৰ অৰ্ধগলিত মৃতদেহ...

গুৱাহাটী মহানগৰীত উদ্ধাৰ মৃতদেহ। ত্রিবেণী পথত থকা গৃহ নং ১৫৩ত উদ্ধাৰ অৰ্ধগলিত মৃতদেহটো।

author-image
Asomiya Pratidin
New Update
লাহৰীঘাটত ৫ টাকৈ ঘৰ ভস্মীভূতঃ ফায়াৰ বিগ্ৰেডলৈ শিল নিক্ষেপ...

গুৱাহাটীত পুনৰ উদ্ধাৰ অৰ্ধগলিত মৃতদেহ...

  • গুৱাহাটী মহানগৰীত উদ্ধাৰ মৃতদেহ।

  • ত্রিবেণী পথত থকা গৃহ নং ১৫৩ত উদ্ধাৰ অৰ্ধগলিত মৃতদেহটো।

  • ভাড়াতীয়া কোঠাত উদ্ধাৰ মৃতদেহটো।

  • ৰহস্যজনকভাৱে কাপোৰৰ ৰচীত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো।

  • জানিব পৰা মতে মৃত লোকজনৰ নাম ননী গোপাল ৰয়।

  • মৃত লোকজনৰ ঘৰ ধুবুৰীৰ আগমনিত।

  • দীৰ্ঘদিন ধৰি অঞ্চলটোত পানী যোগান ধৰা বাহন চলাই আছিল ৰয়ে।

  • তদন্তৰ বাবে ঘটনাস্থলীত উপস্থিত দিছপুৰ আৰক্ষী।

Assam police