মহানগৰীত পুনৰ উদ্ধাৰ অচিনাক্ত মৃতদেহ

চুনচালিত অচিনাক্ত মৃতদেহ উদ্ধাৰ। চুনচালিৰ জয়পুৰ ঘাটৰ নলাত উদ্ধাৰ মৃতদেহটো।

author-image
Asomiya Pratidin
New Update
লংকাৰ ৰে’ল পথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

উদ্ধাৰ এটি মৃতদেহ

  • মহানগৰীৰ চুনচালিত অচিনাক্ত মৃতদেহ উদ্ধাৰ।

  • চুনচালিৰ জয়পুৰ ঘাটৰ নলাত উদ্ধাৰ মৃতদেহটো।

  • মঙলবাৰে উদ্ধাৰ হয় মৃতদেহটো।

  • নলাত পৰি থকা অৱস্থাত স্থানীয় ৰাইজে প্রত্যক্ষ কৰে মৃতদেহটো।

  • ঘটনাস্থলীত উপস্থিত নুনমাটি আৰক্ষী।

  • বৰ্তমানলৈ উদ্ধাৰ কৰিব পৰা নাই মৃতদেহটোৰ পৰিচয়।