মহানগৰীত পুনৰ উদ্ধাৰ অচিনাক্ত মৃতদেহ

উদ্ধাৰ এটি মৃতদেহ
উদ্ধাৰ এটি মৃতদেহ
  • মহানগৰীৰ চুনচালিত অচিনাক্ত মৃতদেহ উদ্ধাৰ।

  • চুনচালিৰ জয়পুৰ ঘাটৰ নলাত উদ্ধাৰ মৃতদেহটো।

  • মঙলবাৰে উদ্ধাৰ হয় মৃতদেহটো।

  • নলাত পৰি থকা অৱস্থাত স্থানীয় ৰাইজে প্রত্যক্ষ কৰে মৃতদেহটো।

  • ঘটনাস্থলীত উপস্থিত নুনমাটি আৰক্ষী।

  • বৰ্তমানলৈ উদ্ধাৰ কৰিব পৰা নাই মৃতদেহটোৰ পৰিচয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in