New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
- বশিষ্ঠৰ পাটৰকুছিত এজন লোকৰ ৰহস্যজনক মৃত্যু।
- টেঙাখালত উদ্ধাৰ এজন লোকৰ মৃতদেহ।
- ৰবিবাৰে উদ্ধাৰ হয় মৃতদেহ।
- মৃত লোকজনৰ নাম পূজন দে'।
- তিনিদিন ধৰি ঘৰৰ ভিতৰত আৱদ্ধ আছিল লোকজন।
- ঘৰটোত বাহিৰৰ পৰা তলাবন্ধ কৰি থোৱা আছিল।
- ভাগিনীয়েকৰ লগতে ভাড়াতীয়া হিচাপে আছিল পূজন দে'।
- পূজন দে' পেছাত এজন ই-ৰিক্সা চালক।