মহানগৰীত চাঞ্চল্য; উদ্ধাৰ যুৱকৰ মৃতদেহ

মহানগৰীত চাঞ্চল্য; উদ্ধাৰ যুৱকৰ মৃতদেহ

author-image
asomiyapratidin
New Update
উৎকোচ লৈ গ্ৰেপ্তাৰ খাদ্য সুৰক্ষা বিষয়া…

  • গুৱাহাটীত পুনৰ এক চাঞ্চল্যকৰ ঘটনা।
  • বশিষ্ঠৰ মাধৱপুৰত সংঘটিত হৈছে এই ঘটনা।
  • ৰহস্যজনক অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ।
  • মৃতদেহটো প্রকাশ সাহানী নামৰ যুৱকজনৰ বুলি চিনাক্ত।
  • শুকান গছৰ ডালত চীপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ।
  • পৰিয়ালৰ লোকৰ হত্যাৰ সন্দেহ।
assam murder suicide crime Assam police