গেলাবিল নৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ

দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত গেলাবিল নদীত শুকুৰবাৰে পুৱাৰ ভাগত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয় ।

author-image
Asomiya Pratidin
New Update
 সপ্তম শ্ৰেণীত অধ্যয়নৰত কিশোৰীক ড্ৰাগছ সৰবৰাহ কৰিবলৈ বাধ্য কৰালে পিতৃয়ে

গেলাবিল নৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ,দেৰগাঁও :দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত গেলাবিল নদীত শুকুৰবাৰে পুৱাৰ ভাগত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয় । পুৱাইস্থানীয় ৰাইজে বৰশীত লাগি থকা অৱস্থাত মৃতদেহ এটা প্ৰত্যক্ষ কৰি দেৰগাঁও আৰক্ষীক আৱগত কৰে ।

Advertisment

পাছত মৃতদেহটো স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰে দেৰগাঁও আৰক্ষীয়ে । বাতৰি প্ৰেৰণ কৰা মূহুৰ্তলৈকে ৫০ উৰ্দ্ধৰ পুৰুষৰ মৃতদেহটোৰ চিনাক্ত হোৱা নাই। তাৰোপৰি কেনেকৈ, ক'ৰ পৰা আহি নৈৰ বুকুত মৃতদেহটো উদ্ধাৰ হয় জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

Also Read: নেত্ৰহীন বিদ্যালয়ৰ অধ্যক্ষসহ ৩ জনক গ্ৰেপ্তাৰ, ১০ বছৰ ধৰি ধৰ্ষণ নাবালিকাক

Assam police