New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/7137c42c-0a31-4115-a3df-3143f4730506/download.jpg)
চৰাইদেও লাকুৱাৰ পৰা সন্ধানহীন শিশুটি উদ্ধাৰ।
বাগিচাৰ নলাত উদ্ধাৰ হৈছিল শিশুটিৰ মাতৃৰ মৃতদেহ।
লাকুৱাৰ ৰজাবাৰী চাহ বাগিচাৰ নলাত উদ্ধাৰ হৈছিল মৃতদেহ।
মৃতদেহটো কেন্দুগুৰি বাইলুং গাঁৱৰ নিতুমণি লুখুৰাখনৰ।
১০মহীয়া কেঁচুৱাসহ সন্ধানহীন আছিল নিতুমণি লুখুৰাখন।
যোৰহাট আৰক্ষীয়ে নিৰাপদে উদ্ধাৰ কৰে শিশুটিক।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us