অসম মুখ্য-পৃষ্ঠা দীৰ্ঘদিন ধৰি যৌতুক বিচাৰি নিৰ্যাতন! উদ্ধাৰ মহিলাৰ মৃতদেহ… দীৰ্ঘদিন ধৰি যৌতুক বিচাৰি নিৰ্যাতন! উদ্ধাৰ মহিলাৰ মৃতদেহ… asomiyapratidin 04 Jul 2022 12:16 IST Follow UsNew Updateচাপৰত বোৱাৰীৰ মৃতদেহ উদ্ধাৰ।সোমবাৰে উদ্ধাৰ হয় মৃতদেহটো।শ্রীগ্রাম ষষ্ঠ খণ্ড গাঁৱত উদ্ধাৰ মৃতদেহটো।মৃত মহিলাগৰাকীৰ নাম আছফুল বিবি।হত্যা নে আত্মহত্যা জানিব পৰা হোৱা নাই।দীৰ্ঘদিন ধৰি মহিলাগৰাকীক যৌতুক বিচাৰি নিৰ্যাতন চলোৱাৰ অভিযোগ assam dead bodyআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক