/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
চন্দ্রপুৰত মৃতদেহ উদ্ধাৰ,এতিয়ালৈকে হোৱা নাই চিনাক্ত
-
চন্দ্রপুৰত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য।
-
দেওবাৰে নাৰেংগী-চন্দ্রপুৰ ঘাইপথৰ দাঁতিৰ নলাত উদ্ধাৰ মৃতদেহটো।
-
ঘটনাস্থলীত উপস্থিত প্রাগজ্যোতিষপুৰ আৰক্ষী।
-
দুৰ্ঘটনাত লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ।
-
মৃতদেহটোৰ মূৰত আঘাতৰ চিন।
-
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।