New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2018/08/crime.jpg)
মহানগৰীৰ ভূতনাথত মৃতদেহ উদ্ধাৰ
মহানগৰীৰ ভূতনাথত মৃতদেহ উদ্ধাৰ।
দেওবাৰে পুৱাৰ ভাগত উদ্ধাৰ মৃতদেহটো।
ৰাজপথত পৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো।
মৃতদেহটো ধীৰেনপাৰাৰ ৰাজদীপ নাথ নামৰ লোকজনৰ।
মৃতদেহটোৰ মূৰত আঘাতৰ চিন স্পষ্ট।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ।