অসম মুখ্য-পৃষ্ঠা আজাৰাত অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ… আজাৰাত অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ… asomiyapratidin 25 Aug 2022 23:18 IST Follow UsNew Updateমহানগৰীৰ আজাৰাত এটা মৃতদেহ উদ্ধাৰ।বৃহস্পতিবাৰে সন্ধিয়া ভাগত উদ্ধাৰ হয় মৃতদেহটো।আজাৰাৰ কালমনি নৈত উদ্ধাৰ অচিনাক্ত পুৰুষৰ মৃতদেহ।মৃতদেহটো উদ্ধাৰ কৰে আজাৰা আৰক্ষীয়ে।মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ নিয়াৰ ব্যৱস্থা আৰক্ষীৰ। assam Assam police dead body murderআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক