New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/71202647-77fb-41ec-b7d6-adba46b6d9b8/download.jpg)
চতিয়াৰ মেটেৰাগাঁৱত মৃতদেহ উদ্ধাৰ
মেটেৰাগাঁৱৰ ১৫নং ৰাষ্ট্রীয় ঘাইপথৰ কাষত উদ্ধাৰ মৃতদেহটো
মৃতদেহটো চতিয়াৰ বৰুৱাচুকৰ অৰ্ণৱ বৰুৱাৰ বুলি চিনাক্ত
পথৰ কাষত ৰখাই থোৱা এখন ৱাগনাৰ বাহনত উদ্ধাৰ
ঘটনাস্থলীত চতিয়া আৰক্ষীৰ তদন্ত আৰম্ভ