বোকাখাত শ‍ান্তিঘাট শ্মাশানত নৱজাতকৰ মৃতদেহ উদ্ধাৰ...

বোকাখাত শ‍ান্তিঘাট শ্মাশানত নৱজাতকৰ মৃতদেহ উদ্ধাৰ...
  • বোকাখাত শ‍‍ান্তিঘাট শ্মশানত নৱজাতকৰ মৃতদেহ উদ্ধাৰ।

  • স্থানীয় এজন লোকে মৃতদেহটো হাবিৰ মাজত পলিথিনেৰে মেৰিয়াই থোৱা অৱস্থাত প্ৰত্যক্ষ কৰি অৱগত কৰে বোকাখাত আৰক্ষীক।

  • বোকাখাত আৰক্ষীয়ে সোমবাৰে উদ্ধাৰ কৰে মৃতদেহটো।

  • অবৈধ গৰ্ভপাত বুলি সন্দেহ কৰা হৈছে নৱজাতকৰ মৃতদেহটো।

  • উল্লেখ্য যে বোকাখাত কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ একাংশ নাৰ্চ আৰু চিকিৎসকে ধনৰ বিনিময়ত এনে অবৈধ গৰ্ভপাতক প্ৰশ্ৰয় দি অহাৰ অভিযোগ সময়ে সময়ে উঠি আহিছে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in