/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/56948ccb-721d-462a-8fec-56893c013bbc/necent_born.jpg)
-
বোকাখাত শান্তিঘাট শ্মশানত নৱজাতকৰ মৃতদেহ উদ্ধাৰ।
-
স্থানীয় এজন লোকে মৃতদেহটো হাবিৰ মাজত পলিথিনেৰে মেৰিয়াই থোৱা অৱস্থাত প্ৰত্যক্ষ কৰি অৱগত কৰে বোকাখাত আৰক্ষীক।
-
বোকাখাত আৰক্ষীয়ে সোমবাৰে উদ্ধাৰ কৰে মৃতদেহটো।
-
অবৈধ গৰ্ভপাত বুলি সন্দেহ কৰা হৈছে নৱজাতকৰ মৃতদেহটো।
-
উল্লেখ্য যে বোকাখাত কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ একাংশ নাৰ্চ আৰু চিকিৎসকে ধনৰ বিনিময়ত এনে অবৈধ গৰ্ভপাতক প্ৰশ্ৰয় দি অহাৰ অভিযোগ সময়ে সময়ে উঠি আহিছে।