কেইবাদিনো ধৰি সন্ধানহীন হৈ থকা যুৱকৰ মৃতদেহ উদ্ধাৰ...

সাত দিনে সন্ধানহীন হৈ থকা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে ৷ নগাঁও চহৰৰ ডিমৰুগুৰিত কলঙ সূঁতিত উদ্ধাৰ হৈছে মৃতদেহটি ৷

author-image
Asomiya Pratidin
New Update
কেইবাদিনো ধৰি সন্ধানহীন হৈ থকা যুৱকৰ মৃতদেহ উদ্ধাৰ...

missing man body found

· সাত দিনে সন্ধানহীন হৈ থকা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে ৷

Advertisment

· নগাঁও চহৰৰ ডিমৰুগুৰিত কলঙ সূঁতিত উদ্ধাৰ হৈছে মৃতদেহটি ৷

·দেওবাৰে উদ্ধাৰ হয় মৃতদেহটো।

· উদ্ধাৰ হোৱা মৃতদেহটো গোলাপ দেব ব্ৰহ্মচাৰী ৷

· নগাঁও চহৰৰ ৰামকৃষ্ণ পথৰ গোলাপ যোৱা ৫ চেপ্টেম্বৰৰ বিয়লিৰ পৰা সন্ধান হীন হৈ আছিল ৷

· এসময়ৰ মেধা ছাত্ৰ গোপাল দেব ব্ৰহ্মচাৰী শেহতীয়াকৈ মানসিক ৰোগত আক্ৰান্ত হৈছিল ৷

assam missing dead