New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
bokajan lightning
মহানগৰীৰ খানাপাৰাত পুৱাই এটা মৃতদেহ উদ্ধাৰ।
শুকুৰবাৰে উদ্ধাৰ হয় মৃতদেহটো।
চিপ লোৱা অৱস্থাত ৰাইজে প্রত্যক্ষ কৰে মৃতদেহটো।
তাৰপাছতে খবৰ দিয়ে আৰক্ষীক।
মৃতদেহটো এই পৰ্যন্ত চিনাক্ত হোৱা নাই।
লোকজনক হত্যা কৰাৰ সন্দেহ ৰাইজৰ।
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।