New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/0b56fb89-d675-4b5d-b022-52f706bbef54/download.jpg)
গাভৰু নৈত সন্ধানহীন লোকজনৰ মৃতদেহ উদ্ধাৰ।
সন্ধানহীন লোকজন লক্ষীৰাম কোচ।
বৃহস্পতিবাৰে উদ্ধাৰ হয় মৃতদেহ।
বালিত পোত খাই থকা অৱস্থাত উদ্ধাৰ মৃতদেহ।
দেৱী বিসৰ্জনৰ সময়ত গাভৰু নৈত সন্ধানহীন হৈছিল লোকজন।
হঠাতে জলস্তৰ বৃদ্ধি হৈ উটুৱাই নিছিল লোকজনক।
তেজপুৰৰ মিছামাৰীত দেৱী বিসৰ্জনৰ সময়ত সংঘটিত হৈছিল এই ঘটনা।