New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/6283a87c-d877-42bf-bd9c-5d033c7cf14d/download.jpg)
দক্ষিণ কামৰূপৰ সোণতলীত মৃতদেহ উদ্ধাৰ।
সোণতলীৰ বাৰঘৰী খাৱৈৰ দলঙত উদ্ধাৰ যুৱকৰ মৃতদেহ।
যুৱকজনক দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ।
যুৱকজন আৰিকাটি গাঁৱৰ জহিৰুল ইছলাম বুলি চিনাক্ত।
মৃতদেহ কাষত উদ্ধাৰ এখন পালচাৰ বাইক।
ঘটনাস্থলীত উপস্থিত সোণতলী আৰক্ষীৰ লোক।