দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ গ'ল যুৱকক

দক্ষিণ কামৰূপৰ সোণতলীত মৃতদেহ উদ্ধাৰ।
দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ গ'ল যুৱকক
  • দক্ষিণ কামৰূপৰ সোণতলীত মৃতদেহ উদ্ধাৰ।

  • সোণতলীৰ বাৰঘৰী খাৱৈৰ দলঙত উদ্ধাৰ যুৱকৰ মৃতদেহ।

  • যুৱকজনক দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ।

  • যুৱকজন আৰিকাটি গাঁৱৰ জহিৰুল ইছলাম বুলি চিনাক্ত।

  • মৃতদেহ কাষত উদ্ধাৰ এখন পালচাৰ বাইক।

  • ঘটনাস্থলীত উপস্থিত সোণতলী আৰক্ষীৰ লোক।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in