New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/ab73409c-18fd-44ff-a1c6-3d1036adb926/download.jpg)
ৰঙিয়াৰ চেপ্তিৰ বঙালীকুছিত মৃতদেহ উদ্ধাৰ।
এটা খাৱৈৰ পৰা উদ্ধাৰ মৃতদেহটো।
মাছমৰীয়াৰ জালত উঠি আহিল মৃতদেহটো।
মৃতদেহটো নকুছিৰ দীনেশ বড়োৰ বুলি চিনাক্ত।
বুধবাৰৰ পৰা সন্ধানহীন হৈ আছিল দীনেশ বড়ো।
দীনেশক হত্যা কৰি পেলাই থোৱাৰ সন্দেহ পৰিয়ালৰ।