অসম মুখ্য-পৃষ্ঠা পথত পৰি থকা অৱস্থাত উদ্ধাৰ এজনৰ মৃতদেহ, চাঞ্চল্য… পথত পৰি থকা অৱস্থাত উদ্ধাৰ এজনৰ মৃতদেহ, চাঞ্চল্য… asomiyapratidin 25 May 2022 08:19 IST Follow UsNew Updateৰঙিয়াৰ বড়িগোগত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য।পথত পৰি থকা অৱস্থাত উদ্ধাৰ এজন লোকৰ মৃতদেহ।বুধবাৰে উদ্ধাৰ হয় মৃতদেহটো।মৃতদেহৰ কাষতে পৰি আছে এখন মটৰ চাইকেল।মৃত লোকজন কেন্দুকোণাৰ প্রাণজিৎ দাস।এয়া হত্যা নে দুৰ্ঘটনা নিশ্চিত নহয় আৰক্ষী। assam dead body rangiaআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক