চিপ লোৱা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ, চাঞ্চল্য

মহানগৰীত অঘটন। নুনমাটিত ৰহস্যজনক অৱস্থাত উদ্ধাৰ এজনৰ মৃতদেহ।

author-image
Asomiya Pratidin
New Update
চিপ লোৱা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ, চাঞ্চল্য

মহানগৰীৰ নুনমাটিত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ।

Advertisment

সোমবাৰে উদ্ধাৰ হয় মৃতদেহ।

বিষ্ণুৰাভা নগৰত পথৰ দাঁতিত চিপ লোৱা অৱস্থাত উদ্ধাৰ।

মৃতদেহটো চন্দন দাস নামৰ এজন লোকৰ।

গেৰেজৰ কৰ্মচাৰী আছিল চন্দন দাস।

ঘটনাস্থলীত উপস্থিত নুনমাটি আৰক্ষী।

assam guwahati noonmati