গুৱাহাটীত পেয়িং গেষ্টত উদ্ধাৰ যুৱতীৰ মৃতদেহ…

গুৱাহাটীত পেয়িং গেষ্টত উদ্ধাৰ যুৱতীৰ মৃতদেহ…

author-image
asomiyapratidin
New Update
তিনিচুকীয়াত চাঞ্চল্যঃ স্বামীয়ে শিৰচ্ছেদ কৰিলে পত্নীক !

  • গুৱাহাটীত পেয়িং গেষ্টত বহিৰাজ্যৰ যুৱতীৰ ৰহস্য জনক মৃত্যু।
  • উলুবাৰীৰ হৰবালা পথত দেওবাৰে সন্ধিয়া ৫ বজাত এই ঘটনা।
  • পিজিটোৰ বাথৰোমত উদ্ধাৰ হয় যুৱতী গৰাকীৰ মৃতদেহ।
  • যুৱতী গৰাকীৰ ঘৰ ৱেষ্টবেংগলৰ আলিপুৰ দুৱাৰত বুলি জানিব পৰা গৈছে।
  • যুৱতী গৰাকীৰ বয়স আনুমানিক ২১ বছৰ।
  • যুৱতী গৰাকীয়ে গুৱাহাটীত নাৰ্চিং কৰি আছিল বুলি জানিব পৰা গৈছে।
  • পল্টনবজাৰ আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱতীগৰাকীৰ মৃতদেহ।
  • প্ৰাথমিক অৱস্থাত যুৱতী গৰাকীয়ে আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে।
assam dead body pg guwahati