গুৱাহাটীত চাঞ্চল্য! চিপ লৈ থকা অৱস্থাত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ

গুৱাহাটীৰ পানীখাইতিত চাঞ্চল্যকৰ ঘটনা।পানীখাইতিস্থিত এখন ব্যক্তিগত হোষ্টেলত ছাত্রৰ মৃতদেহ উদ্ধাৰ।
গুৱাহাটীত চাঞ্চল্য! চিপ লৈ থকা অৱস্থাত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ
  • গুৱাহাটীৰ পানীখাইতিত চাঞ্চল্যকৰ ঘটনা।

  • পানীখাইতিস্থিত এখন ব্যক্তিগত হোষ্টেলত ছাত্রৰ মৃতদেহ উদ্ধাৰ।

  • চিপ লৈ থকা অৱস্থাত উদ্ধাৰ ছাত্রজনৰ মৃতদেহ।

  • ছাত্রজন ডাউন টাউন বিশ্ববিদ্যালয় BBA তৃতীয় বৰ্ষৰ।

  • ছাত্রজন পঞ্চম ষান্মসিকৰ ছাত্র কাঠৰ জামাতিয়া বুলি চিনাক্ত।

  • কাঠৰ জামাতিয়াৰ ঘৰ ত্রিপুৰাত।

  • ঘটনাস্থলীত পানীখাইতি আৰক্ষীসহ উপস্থিত দণ্ডাধীশ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in