New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/71202647-77fb-41ec-b7d6-adba46b6d9b8/download.jpg)
মহানগৰীৰ গণেশগুৰিত মৃতদেহ উদ্ধাৰ।
শুকুৰবাৰে পুৱা উদ্ধাৰ হয় মৃতদেহটো।
গণেশগুৰিৰ পদপথত উদ্ধাৰ মৃতদেহটো।
দিছপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো।
কি কাৰণে মৃত্যু হয় লোকজনৰ এতিয়ালৈকে জানিব পৰা হোৱা নাই।
ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ।
মহানগৰীৰ গণেশগুৰিত মৃতদেহ উদ্ধাৰ।
শুকুৰবাৰে পুৱা উদ্ধাৰ হয় মৃতদেহটো।
গণেশগুৰিৰ পদপথত উদ্ধাৰ মৃতদেহটো।
দিছপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো।
কি কাৰণে মৃত্যু হয় লোকজনৰ এতিয়ালৈকে জানিব পৰা হোৱা নাই।
ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ।