মহানগৰীৰ পদপথত উদ্ধাৰ মৃতদেহ...

মহানগৰীৰ গণেশগুৰিত মৃতদেহ উদ্ধাৰ।
মহানগৰীৰ পদপথত উদ্ধাৰ মৃতদেহ...
  • মহানগৰীৰ গণেশগুৰিত মৃতদেহ উদ্ধাৰ।

  • শুকুৰবাৰে পুৱা উদ্ধাৰ হয় মৃতদেহটো।

  • গণেশগুৰিৰ পদপথত উদ্ধাৰ মৃতদেহটো।

  • দিছপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো।

  • কি কাৰণে মৃত্যু হয় লোকজনৰ এতিয়ালৈকে জানিব পৰা হোৱা নাই।

  • ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in