অসম মুখ্য-পৃষ্ঠা মহানগৰীত কোনে হত্যা কৰি পেলাই থৈ গ’ল ইচাক মাৰাকক… মহানগৰীত কোনে হত্যা কৰি পেলাই থৈ গ’ল ইচাক মাৰাকক… asomiyapratidin 22 Jun 2022 12:20 IST Follow UsNew Updateমহানগৰীত পুনৰ মৃতদেহ উদ্ধাৰ।সাতগাঁও পূৱেৰুণ নগৰত উদ্ধাৰ মৃতদেহটো।মৃতদেহটো CDA পথৰ বিহাৰী বস্তিৰ ইচাক মাৰাকৰ।মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছিল ইচাক মাৰাক।কোনোৱে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ পৰিয়ালৰ। assam guwahati murderআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক