New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/dangor-khobr.jpg)
- মহানগৰীত পুনৰ মৃতদেহ উদ্ধাৰ।
- DGP অফিচৰ কাষৰ এটা পৰিত্যক্ত ঘৰত উদ্ধাৰ হৈছে মৃতদেহটো।
- মৃতদেহটো কাৰ বৰ্তমানলৈ জানিব পৰা হোৱা নাই।
- দুৰ্গন্ধ হোৱাৰ ফলত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় লোকে।
- তাৰপাছতেই শুকুৰবাৰে পোহৰলৈ আহে এই ঘটনা।
- মৃতদেহটোৰ শৰীৰত আছে এখন কম্বল।