মহানগৰীৰ ৰাজপথৰ কাষত হাত-ভৰি বন্ধা অৱস্থাত উলংগ যুৱতীৰ মৃতদেহ উদ্ধাৰ…

মহানগৰীৰ ৰাজপথৰ কাষত হাত-ভৰি বন্ধা অৱস্থাত উলংগ যুৱতীৰ মৃতদেহ উদ্ধাৰ…

author-image
asomiyapratidin
New Update
মহানগৰীৰ ৰাজপথৰ কাষত হাত-ভৰি বন্ধা অৱস্থাত উলংগ যুৱতীৰ মৃতদেহ উদ্ধাৰ…

ডিজিটেল ডেস্ক: মহানগৰীৰ উপকণ্ঠ পানীখাইতীত মৃতদেহ উদ্ধাৰ। পানীখাইতীৰ আমগাঁৱত হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হৈছে যুৱতীৰ মৃতদেহ।

Advertisment

উলংগ অৱস্থাত আছিল যুৱতী গৰাকীৰ মৃতদেহটো। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ। কোনো দুষ্কৃতিকাৰীয়ে হত্যা কৰি মৃতদেহটো ঘাইপথৰ দাঁতিত পেলাই থৈ যোৱাৰ সন্দেহ।

অন্য ঠাইত হত্যা কৰি যুৱতী গৰাকীৰ মৃতদেহ আমগাঁওৰ ঘাই পথৰ দাঁতিত পেলাই থৈ যোৱা সন্দেহ। এতিয়ালৈকে যুৱতী গৰাকীৰ পৰিচয় লাভ কৰা নাই আৰক্ষীয়ে। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য।

assam dead body found guwahati