New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/ebe82405-02a7-4976-91fb-09be7fc3a3e7/download.jpg)
-
ডুমডুমাত উদ্ধাৰ মৃতদেহ।
-
ডুমডুমা নদীৰ কুমাৰীপট্টী ঘাটত উদ্ধাৰ মৃতদেহটো।
-
এই পৰ্যন্ত চিনাক্ত হোৱা নাই মৃতদেহটো।
-
মৃতদেহটো মহিলাৰ বুলি সন্দেহ কৰা হৈছে।
-
ঘটনাস্থলীত উপস্থিত ডুমডুমা আৰক্ষী।