New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/3faa3fad-3ff7-4094-9246-39ac2ec5dbfe/download.jpg)
বঙাইগাঁও অসামৰিক চিকিৎসালয়ত যুৱকৰ মৃতদেহ উদ্ধাৰ।
মৃতদেহটো বঙাইগাঁৱৰ লিচুতলাৰ ঋষিকেশ দাস বুলি চিনাক্ত।
তিনিজন অজ্ঞাত লোকে চিকিৎসালয়ত ভৰ্তি কৰিছিল যুৱকজনক।
পৰিয়ালৰ লোকৰ মতে ঋষিকেশৰ দেহত আছিল আঘাতৰ চিন।
ঋষিকেশৰ মৃত্যু স্বাভাৱিক নহয় বুলি দাবী পৰিয়ালৰ।
ঘটনাৰ উচিত তদন্তৰ দাবী ঋষিকেশৰ পৰিয়ালৰ।