বঙাইগাঁও অসামৰিক চিকিৎসালয়ত যুৱকৰ মৃতদেহ উদ্ধাৰ

বঙাইগাঁও অসামৰিক চিকিৎসালয়ত যুৱকৰ মৃতদেহ উদ্ধাৰ।
বঙাইগাঁও অসামৰিক চিকিৎসালয়ত যুৱকৰ মৃতদেহ উদ্ধাৰ
  • বঙাইগাঁও অসামৰিক চিকিৎসালয়ত যুৱকৰ মৃতদেহ উদ্ধাৰ।

  • মৃতদেহটো বঙাইগাঁৱৰ লিচুতলাৰ ঋষিকেশ দাস বুলি চিনাক্ত।

  • তিনিজন অজ্ঞাত লোকে চিকিৎসালয়ত ভৰ্তি কৰিছিল যুৱকজনক।

  • পৰিয়ালৰ লোকৰ মতে ঋষিকেশৰ দেহত আছিল আঘাতৰ চিন।

  • ঋষিকেশৰ মৃত্যু স্বাভাৱিক নহয় বুলি দাবী পৰিয়ালৰ।

  • ঘটনাৰ উচিত তদন্তৰ দাবী ঋষিকেশৰ পৰিয়ালৰ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in