প্ৰথমে ৩ যুৱতীৰ সৈতে প্ৰৱেশ হোটেলত, পিছত উদ্ধাৰ যুৱকৰ মৃতদেহ…

প্ৰথমে ৩ যুৱতীৰ সৈতে প্ৰৱেশ হোটেলত, পিছত উদ্ধাৰ যুৱকৰ মৃতদেহ…

author-image
asomiyapratidin
New Update
প্ৰথমে ৩ যুৱতীৰ সৈতে প্ৰৱেশ হোটেলত, পিছত উদ্ধাৰ যুৱকৰ মৃতদেহ…

ডিজিটেল ডেস্ক: হাতীগাঁৱত যুৱকৰ ৰহস্যজনক মৃত্যু। পেৰেডাইজ ইন'ৰ ওপৰত অৱস্থিত ৰাজপেলেচ হোটলত উদ্ধাৰ যুৱকৰ মৃতদেহ।

Advertisment

মৃত যুৱকজন কামৰূপৰ ডিমুৰ ধ্রুৱজ্যোতি ডেকা বুলি জানিব পৰা গৈছে। ধ্রুৱজ্যোতি ডেকা ফাইনেন্স কোম্পানীত কৰ্মৰত আছিল।

জানিব পৰা মতে নিশা তিনি যুৱকৰ সৈতে প্রৱেশ কৰিছিল হোটেলখনত। প্রথমে বাৰত পাৰ্টী, তাৰ পিছত হোটেলত যুৱতীৰ সৈতে নৈশ যাপন কৰিছিল যুৱকজনে।

তাৰপাছতেই বুধবাৰে নিশা হোটেলৰ ১০৮নং কোঠাত ৰহস্যজনকভাৱে মৃত্যু হয় ধ্রুৱজ্যোতিৰ। ঘটনাস্থলীত হাতীগাঁও আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। ধ্রুৱজ্যোতি ডেকাৰ সহযোগী দেৱৰাজ আৰু বিকিক আটক আৰক্ষীৰ।

murder crime guwahati