দৰঙৰ বানেকুছিত শৌচালয়ৰ টেংকীত উদ্ধাৰ যুৱতীৰ অৰ্ধগলিত মৃতদেহ...

দৰঙৰ বানেকুছিত শৌচালয়ৰ টেংকীত উদ্ধাৰ যুৱতীৰ অৰ্ধগলিত মৃতদেহ...

author-image
Asomiya Pratidin
New Update
দৰঙৰ বানেকুছিত শৌচালয়ৰ টেংকীত উদ্ধাৰ যুৱতীৰ অৰ্ধগলিত মৃতদেহ...

দৰঙৰ বানেকুছিত শৌচালয়ৰ টেংকীত উদ্ধাৰ যুৱতীৰ অৰ্ধগলিত মৃতদেহ...

ডিজিটেল সংবাদ মঙলদৈঃ দৰঙৰ বানেকুছিত চাঞ্চল্য ৷গাঁওখনৰ কলিতা পাৰা চুবুৰীৰ এটা পৰিয়ালৰ শৌচালয়ৰ টেংকিত উদ্ধাৰ অৰ্ধগলিত যুৱতীৰ মৃতদেহ ৷

Advertisment

পৰিয়ালৰ লোকে শৌচালয়লৈ যোৱাত প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ এটা বস্তাৰ ভিতৰত উদ্ধাৰ যুৱতীৰ মৃতদেহটো ৷

এই পৰ্যন্ত চিনাক্ত হোৱা নাই মৃত যুৱতীগৰাকীৰ পৰিচয় ৷ হত্যাকাণ্ডৰ সন্দেহ ৰাইজৰ৷ঘটনাস্থলীলৈ ৰাওনা পাথৰিঘাট আৰক্ষী ৷

Also Read: নগাঁৱৰ বিশিষ্ট অধিবক্তা দেবব্ৰত শৰ্মাৰ মৃত্যুত শোক...

অপৰাধ মৃতদেহ উদ্ধাৰ