/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/270d65a0-330b-45e6-9466-d56f1f01f01c/mangaldoi_31.jpg)
মঙলদা আৰক্ষী থানাৰ ৫০০ মিটাৰ আঁতৰত দিন ডকাইতিৰ ঘটনা...
মঙলদৈ চহৰৰ মাজমজিয়াত দিন দুপৰতে ডকাইতি কাণ্ড।
মংগলবাৰে দুপৰীয়াৰ সময়ত সংঘটিত হয় এই ঘটনা।
ডকাইতি কাণ্ড সংগটিত হোৱা ঘৰখনৰ গৰাকীৰ নামমুৰাৰী লাল প্ৰধান।
চহৰখনৰ মাজমজিয়াৰ SRD ফাইন ডাইনিংৰ কাষত ঘৰ মুৰাৰী লাল প্ৰধানৰ।
মঙলদৈ আৰক্ষী থানাৰ পৰা তেওঁৰ ঘৰলৈ দূৰত্ব মাত্ৰ ৫০০ মিটাৰ।
চোকা অস্ত্ৰ দেখুৱাই ডকাইতৰ দলটোৱে লুটি লৈ গ'ল ঘৰৰ বোৱাৰীৰ গলৰ চেইন,হাতৰ আঙঠি আৰু খাৰু।
Also Read: ইন্দিৰা গান্ধীৰ নিৰাপত্তাৰ দায়িত্বত থকা বিষয়া হৈ পৰিছে কংগ্ৰেছৰ বাবে প্ৰত্যাহ্বান