মঙলদৈৰ ডাঁহীত পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন...

মঙলবাৰে নিশা মঙলদৈৰ এম পি কে পথত সংঘটিত হয় এক পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী দুচকীয়া বাহনৰ খুন্দাত স্থানীয় ডাঁহী হিঙাবাৰীৰ যুৱক কাঞ্চা ওৰফে সোণেশ্বৰ বনিয়া থিতাতে নিহত হয়। 

author-image
Asomiya Pratidin
New Update
মঙলদৈৰ ডাঁহীত পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন...

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলবাৰে নিশা মঙলদৈৰ এম পি কে পথত সংঘটিত হয় এক পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী দুচকীয়া বাহনৰ খুন্দাত স্থানীয় ডাঁহী হিঙাবাৰীৰ যুৱক কাঞ্চা ওৰফে সোণেশ্বৰ বনিয়া থিতাতে নিহত হয়। 

Advertisment

তাৰোপৰি এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বাহনখনৰ চালক  অৰূপ ডেকাও। দুৰ্ঘটনাৰ পিছতে দুয়োকে নিশাই মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। চিকিৎসালয়ত সোণেশ্বৰ বনিয়াক মৃত্যু হোৱা বুলি ঘোষণা কৰে চিকিৎসকে। 

মঙলদৈ