/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/7ef4e9c9-1467-4334-ac2b-066e945f0b9e/SHIPAJHAR_29.jpg)
পুৱাই ছিপাঝাৰত দুৰ্ঘটনাঃ পথৰ বাছ সোমালগৈ খাৱৈত...
ছিপাঝাৰত পুৱাই পথ দুৰ্ঘটনা।
ছিপাঝাৰৰ ১৫নং ৰাষ্ট্রীয় ঘাইপথত সংঘটিত হৈছে এই অঘটন।
পথৰ বাছ নিয়ন্ত্ৰণ হেৰুৱাই পৰিলগৈ কাষৰ পুখুৰীত।
কথমপি প্ৰাণ ৰক্ষা পৰিছে যাত্ৰীসকলৰ।
দুৰ্ঘটনা সংঘটিত হোৱা বাছখনৰ নম্বৰ AS-25 AC 8699।
Also Read: দুই পত্নী থকাৰ পাছতো যুৱতীৰে প্ৰেমঃ বহিঃৰাজ্যলৈ নাৰী সৰবৰাহৰ অভিযোগ...