/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/ebb988b5-fb0c-454f-8f2c-8d0b289da86e/download.jpg)
মঙলদৈত বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকৰ কেমেৰা কাঢ়িলে দুৰ্বৃত্তই...
-
মঙলদৈত দুৰ্বৃত্তই কাঢ়িনিলে সাংবাদিকৰ কেমেৰা।
-
মঙলদৈৰ প্রীতিনগৰত সংঘটিত হৈছে এই ঘটনা।
-
দুই পক্ষৰ ভূমিকেন্দ্রিক সংঘাতৰ বাতৰি সংগ্রহৰ বাবে গৈছিল সাংবাদিক।
-
ভূমিকেন্দ্রিক সংঘাতত আহত হৈছে দুগৰাকী লোক।
-
ঘটনা সন্দৰ্ভত মঙলদৈ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল।
-
ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনা।
Also Read: বিলাসী বাহনত গৰুৰ বিলাস ভ্ৰমণ ! দুৰ্ঘটনাত পতিত হোৱাৰ পিছত ওলাল উৰহী গছৰ ওৰ...