ওৰাঙৰ ভোট কেন্দ্ৰ পৰিদৰ্শন দিলীপ শইকীয়াৰ

ওৰাঙৰ ভোট কেন্দ্ৰ পৰিদৰ্শন দিলীপ শইকীয়াৰ

author-image
Asomiya Pratidin
New Update
ওৰাঙৰ ভোট কেন্দ্ৰ পৰিদৰ্শন দিলীপ শইকীয়াৰ

ডিজিটেল সংবাদ,ওৰাংঃ ওৰাঙৰ নিছিলামাৰীৰ ৮৯ নং ভোট কেন্দ্ৰত উপস্থিত হয় লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী দিলীপ শইকীয়া। অঞ্চলটোৰ অন্তৰ্গত ভোট কেন্দ্ৰ পৰিদৰ্শন কৰে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে।

Advertisment

উল্লেখ্য যে, দিলীপ শইকীয়াই দৰং-ওদালগুৰি সমষ্টিত ৭০ শতাংশ ভোট লাভ কৰাৰ পৰিৱৰ্তে বাকী বিৰোধী প্ৰাৰ্থী সকলে ৩০ শতাংশ ভোট কৰাৰ দাবী কৰে।

ইফালে বিপিএফ প্ৰাৰ্থী দুৰ্গা দাস বড়োৱে বিটিচিৰ বাহিৰৰ বিধানসভা সমষ্টি সমূহৰ পৰা ১ হাজাৰকৈ ভোট লাভ কৰিব আৰু বিটিচি অঞ্চলৰ সমষ্টিত ১০-১৫ হাজাৰ ভোট লৈ সৰ্বমুঠ ১ লাখ ১০-২০ হাজাৰ ভোট লাভ কৰিব বুলি দাবী কৰে প্ৰাৰ্থী দিলীপ শইকীয়াই।

bjp 2024 loksabha election 2024 durgadas bodo dilip saikia