দৰং জিলাত পুনৰ তিনি দিনৰ বাবে সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা জিলা প্ৰশাসনৰ…

দৰং জিলাত পুনৰ তিনি দিনৰ বাবে সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা জিলা প্ৰশাসনৰ…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল সংবাদ, মঙলদৈ: ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা পোৱা তথ্য অনুযায়ী নেৰানেপেৰা বৃষ্টিপাত হোৱাৰ পূৰ্বানুমানৰ প্ৰতি লক্ষ্য ৰাখি আৰু সাম্প্ৰতিক বান পৰিস্থিতিৰ বাবে দৰং জিলা প্ৰশাসনে এক নিৰ্দেশ জাৰি কৰিছে।

এই নিৰ্দেশ যোগে জিলাখনৰ সকলো চৰকাৰী, বেচৰকাৰী শিক্ষানুষ্ঠান পুনৰ তিনি দিনৰ বাবে অৰ্থাৎ ২৩ জুনৰ পৰা ২৫ জুনলৈ বন্ধ ৰাখিবলৈ পৰামৰ্শ দিছে । এই নিৰ্দেশ তৎকালীনভাৱে বলবৎ কৰা হৈছে ।

assam mangaldai