New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident road accident
দৰঙৰ দলগাঁৱৰ চকৰাগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা।
শুকুৰবাৰে সংঘটিত হৈছে এই পথ দুৰ্ঘটনা।
তীব্রবেগী বলেৰ’ পিকআপ ভানে মহটিয়ালে গেলামালৰ দোকান।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বাহনখনৰ চালক ভৃগু ডেকা।
আহত দোকানখনৰ মালিক দিলদাৰ হকো।
ঘটনাস্থলীত উপস্থিত আৰক্ষী।