New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
ROAD ACCIDENT
দৰঙৰ ধূলাত পথ দুৰ্ঘটনা।
তীব্রবেগী বাইকৰ খুন্দা ৰখাই থোৱা ট্রাকত।
দুৰ্ঘটনাত নিহত দুজন যুৱক।
নিহত ছাদ্দাম হুছেইন আৰু মেহবুব আলম।
খাৰুপেটীয়াৰ পৰা মেলা চাই অহা সময়তে সংঘটিত দুৰ্ঘটনাটো।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ।