অসম মুখ্য-পৃষ্ঠা দৰঙত চাঞ্চল্য, হত্যা কৰি পেলাই থৈ গ’ল এজনক… দৰঙত চাঞ্চল্য, হত্যা কৰি পেলাই থৈ গ’ল এজনক… asomiyapratidin 27 Jul 2022 09:53 IST Follow UsNew Updateদৰঙৰ খাৰুপেটিয়াত লোমহৰ্ষক হত্যাকাণ্ড।এজন লোকক হত্যা কৰি পেলাই থৈ যায় নৈৰ পাৰত।মৃত লোকজনৰ নাম তাহেৰ আলী।ফকিৰপাৰা ঘেনামাৰিত সংঘটিত এই হত্যাকাণ্ড।লোকজনৰ টকা লুটি নিয়াৰ সন্দেহ স্থানীয় ৰাইজৰ assam murder Assam policeআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক