/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/hkhkj.png)
ডিজিটেল সংবাদ,মঙলদৈ: শ্বহীদ দিৱসৰ দিনাই গৰুখুটি কৃষি প্ৰকল্পৰ বাবে উচ্ছেদিত পৰিয়ালক তদানীন্তন চৰকাৰ খনে দলগাওঁত পুনৰ সংস্থাপন দিয়াৰ বাবে তীব্র বিৰোধিতা কৰে আন্ত: মঙ্গলদৈ ছাত্র সন্থাই।
অসম আন্দোলনত শ্বহীদ হোৱা বীৰ শ্বহীদ সকলৰ পৰিয়ালক এই পবিত্ৰ শ্বহীদ দিৱসত সম্বৰ্ধনা জনালে আছুৱে। তাৎপৰ্যপূৰ্ণ যে অসম আন্দোলনত গৰুখুটি ত শ্বহীদ হোৱা "যতীন চহৰীয়া" পুত্ৰই গৰুখুটি উচ্ছেদিত লোক সকলক চৰকাৰে এক বিঘাকৈ মাটি দিয়াৰ বাবে ক্ষোভ প্ৰকাশ কৰে আৰু পুনৰ সংস্থাপন নিদিবলৈ চৰকাৰক আহ্বান জনাই।