New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/dangor-khobr-24.jpg)
ডিজিটেল ডেস্ক :
- দৰং জিলাৰ আৰক্ষী অধীক্ষক ৰাজ মোহন ৰয়ক নিলম্বন।
- জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষককো কৰা হৈছে নিলম্বন।
- ধুলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতাই ৰয়কো নিলম্বন।
- আদিবাসী এগৰাকী বনকৰা ছোৱালীৰ মৃত্যু তদন্ত কৰিবলৈ দিছিল নিৰ্দেশ।
- খোদ মুখ্যমন্ত্ৰীয়ে দিছিল নিৰ্দেশ।
- মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো মনা নাছিল জিলাখনৰ আৰক্ষীয়ে।
- সেয়েহে এই কঠোৰ পদক্ষেপ গ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
- আদিবাসী বনকৰা ছোৱালীজনীৰ মৃত্যুৰ তদন্ত কৰিবলৈ গঠন কৰা হৈছে এছ আই টি।