প্ৰাক্তন বিধায়ক ডালীম  ৰায়ৰ দেহাৱসান …

প্ৰাক্তন বিধায়ক ডালীম  ৰায়ৰ দেহাৱসান …

author-image
asomiyapratidin
New Update
প্ৰাক্তন বিধায়ক ডালীম  ৰায়ৰ দেহাৱসান …

  • গোলকগঞ্জৰ প্ৰাক্তন বিধায়ক ডালীম  ৰায়ৰ দেহাৱসান ৷
  • ধুবুৰীৰ  হালাকুৰাৰ ঘৰিয়াল ডাংঙাত থকা  নিজ বাসগৃহত সোমবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন বিধায়ক গৰাকীয়ে ৷
  • দীৰ্ঘ দিন ধৰি শ্বাস প্ৰশ্বাস জনিত ৰোগত ভুগি আছিল প্ৰাক্তন বিধায়ক গৰাকীয়ে৷
  • ১৯৮৫ চনৰ বিধান সভা নিৰ্বাচনত  অসম গণ পৰিষদ দলৰ পৰা ২৫ নম্বৰ গোলকগঞ্জ বিধান সভা সমষ্টিত বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ডালিম ৰায়ে।
  • মৃত্যুৰ সময়ত তেওঁৰ  বয়স আছিল ৮৫ বছৰ।
dali rai agp