অসম মুখ্য-পৃষ্ঠা ওৰাং ৰাষ্ট্রীয় উদ্যানত মৃত গঁড়ৰ পোৱালি উদ্ধাৰ ওৰাং ৰাষ্ট্রীয় উদ্যানত মৃত গঁড়ৰ পোৱালি উদ্ধাৰ asomiyapratidin 18 May 2022 08:25 IST Follow UsNew Updateওৰাং ৰাষ্ট্রীয় উদ্যানত মৃত গঁড়ৰ পোৱালি উদ্ধাৰকাইটামাৰী গলদুৱাত উদ্ধাৰ হয় পোৱালীটো। পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ গঁড়ৰ পোৱালিটো।তিনি মহীয়া গঁড়ৰ পোৱালিটো বাঘৰ আক্রমণত মৃত্যু হোৱাৰ সন্দেহ assam rhinoআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক