/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/ac14e554-1f64-4807-a65f-f914bec8e3e9/download.jpg)
-
ৰূপহীহাটত আৰক্ষীৰ জালত কুখ্যাত ডকাইত।
-
ডকাইতটোৰ পৰা জব্দ এটা পিষ্টলসহ ৪ জাঁই সক্রিয় গুলী।
-
ধৃত ডকাইতটোৰ নাম ইন্তাজ আলী।
-
চাইদৰিয়া বজাৰৰ এখন হোটেলৰ পৰা আটক ডকাইতটোক।
-
নগাঁৱৰ পৰা ৰূপহীলৈ ডকাইতি কৰিবলৈ আহি থকা সময়তে আটক।
-
সম্প্রতি ডকাইতটোক জেৰা অব্যাহত ৰূপহীহাট আৰক্ষীৰ।