কাছাৰত আৰক্ষীৰ জালত ৬ দুৰ্ধৰ্ষ ডকাইত

কাছাৰত আৰক্ষীৰ জালত ৬ দুৰ্ধৰ্ষ ডকাইত
  • কাছাৰত আৰক্ষীৰ জালত ৬ দুৰ্ধৰ্ষ ডকাইত

  • ডকাইতি কৰিবলৈ যোৱাৰ সময়তে আটক ৬ ডকাইতক

  • কাছাৰৰ লক্ষীপুৰৰ পৰা আটক ডকাইতৰ দলটোক

  • জব্দ হস্তনিৰ্মিত বন্দুকসহ বিভিন্ন চোকা অস্ত্র

  • ধৃত নিকচন খাচীয়া, চাজু আহমেদ, নাইবুৰ ৰহমান

  • ধৃত আৰিফ উদ্দিন, আইনুল ইছলাম, ৰিংকু দাস

  • ধৃত ডকাইতকেইটাক লক্ষীপুৰ আৰক্ষী চকীত জেৰা অব্যাহত

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in