/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/agrani-batory.jpg)
-
১৩ নং বৰদলনি সমষ্টিত জিম'চাঁয়া (দেউৰী) পিপুলচ্ পাৰ্টীৰ প্ৰাৰ্থী জিণ্টু চান দেউৰীয়ে নিকটতম প্ৰতিদ্বন্দ্বী অগপৰ চিদানন্দ দেউৰীক ৪১টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিজয় লাভ কৰে ৷
-
১০ নং চিচিবৰগাঁও সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী দেৱকান্ত দেউৰীয়ে নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ ভৱানী দেউৰীক ১৩৫ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ী হয় ৷
-
১২ নং গোগামুখ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰাকেশ বৰদেউৰীয়ে নিৰ্দলীয় প্ৰাৰ্থী ধমেন্দ্ৰ দেউৰীক ২৬টা ভোটত পৰাস্ত কৰি বিজয়ী হয় ৷
-
১১ নং শ্ৰীপানী সমষ্টিত জিম'চাঁয়া (দেউৰী) পিপুলচ্ পাৰ্টীৰ প্ৰাৰ্থী বীনাপানী দেউৰীয়ে নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ টুটুমনি দেউৰীক নিশ্চিত পৰাস্ত কৰাৰ দিশে ।