কাৰ দখললৈ দেউৰী স্বায়ত্ত শাসিত পৰিষদ...

কাৰ দখললৈ দেউৰী স্বায়ত্ত শাসিত পৰিষদ...
  • ১৩ নং বৰদলনি সমষ্টিত জিম'চাঁয়া (দেউৰী) পিপুলচ্ পাৰ্টীৰ প্ৰাৰ্থী জিণ্টু চান দেউৰীয়ে নিকটতম প্ৰতিদ্বন্দ্বী অগপৰ চিদানন্দ দেউৰীক ৪১টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিজয় লাভ কৰে ৷

  • ১০ নং চিচিবৰগাঁও সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী দেৱকান্ত দেউৰীয়ে নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ ভৱানী দেউৰীক ১৩৫ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ী হয় ৷

  • ১২ নং গোগামুখ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰাকেশ বৰদেউৰীয়ে নিৰ্দলীয় প্ৰাৰ্থী ধমেন্দ্ৰ দেউৰীক ২৬টা ভোটত পৰাস্ত কৰি বিজয়ী হয় ৷

  • ১১ নং শ্ৰীপানী সমষ্টিত জিম'চাঁয়া (দেউৰী) পিপুলচ্ পাৰ্টীৰ প্ৰাৰ্থী বীনাপানী দেউৰীয়ে নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ টুটুমনি দেউৰীক নিশ্চিত পৰাস্ত কৰাৰ দিশে ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in