হেপাঁহৰ বিহুটিৰ আনন্দ-উল্লাসৰ মাজতেই ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল কেইবাজনৰো

হেপাঁহৰ বিহুটিৰ আনন্দ-উল্লাসৰ মাজতেই ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল কেইবাজনৰো

author-image
asomiyapratidin
New Update
উৎকোচ লৈ গ্ৰেপ্তাৰ খাদ্য সুৰক্ষা বিষয়া…

ডিজিটেল ডেস্ক: উৰুকাৰ আনন্দ উল্লাসৰ মাজত ডবকাৰ চাৰিলেনযুক্ত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ডবকাৰ ভেলৌগুৰি পাৱাৰগ্ৰীডৰ সন্মুখত নিয়ন্ত্ৰন হেৰুৱাই পথৰ দাঁতিত থকা ৰেলিঙত খুন্দিয়াই এখন ইনভা গাড়ী ৷

Advertisment

এই পথ দুৰ্ঘটনাত শিশু মহিলা সহ ৩ গৰাকী নিহত আৰু আহত ৬ গৰাকীকৈ লোক ৷ আটাইৰে পৰিচয় উদ্ধাৰ হোৱা নাই বৰ্তমানলৈ ৷ ঘটনাস্থলীত পলমকৈ এম্বুলেন্স উপস্থিত হোৱাৰ অভিযোগ ৰাইজৰ ৷

ৰাইজৰ সহযোগত বাকী আহত সকলক উদ্ধাৰ কৰি অন্য গাড়ীৰে চিকিৎসালয়লৈ প্ৰেৰন ৷দুৰ্ঘটনা গ্ৰস্থ AS01AW 4613 নম্বৰৰ ইনভা গাড়ী খন গুৱাহাটীৰ পৰা ডবকা অভিমুখে আহি আছিল ৷

আৰু পঢ়ক: বজাৰত জুই , যোগান বিভাগ আছে শুই …

assam road accident dead