/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/fb67c0fc-8f72-4c18-bb3f-83eb5ad3c334/police.jpg)
-
মঙলবাৰে নিশা ডবকাত আৰক্ষীৰ এনকাউণ্টাৰ।
-
চিলনী চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী।
-
গুলীবিদ্ধ চোৰটো ওড়িশাৰ নাগালো নানি।
-
চোৰটোৰ পৰা উদ্ধাৰ এটা মাৰণাস্ত্রও।
-
আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰোতেই গুলীচালনা।
-
আৰক্ষীয়ে আটক কৰে মাইকেল ৰাইডো নামৰ আন এটা চোৰক।
-
এজন লোকৰ পৰা ৩ লাখ টকা লৈ উধাও হৈছিল দুয়োটা চোৰ।
-
ৰাইজে হাতে-লোটে আটক কৰি গতাইছিল আৰক্ষীক।
Also Read: চৰকাৰী ধন আত্মসাৎ! পদৰ পৰা অব্যাহতি ৰামদিয়া বিনন্দি চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ অধ্যক্ষক