/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/1cbb2794-4aa3-491f-b048-8b5670c556a3/download.jpg)
ডবকা আৰক্ষীৰ হাতত গুলীবিদ্ধ সন্দেহজনক ড্ৰাগছ ব্যৱসায়ী
ড্ৰাগছ ব্যৱসায়ীৰ ভাষ্য "মই বাইপাচত চুলাই খাই থাকোতে গুলিয়ালে "
গুলীবিদ্ধ সন্দেহজনক ড্ৰাগছ সৰবৰাহকাৰী শ্বৰীফ উদ্দিন নগাঁও চিভিল হাস্পতালত চিকিৎসাধীন
ডবকাৰ নাহৰ গাঁৱৰ গুলীচালনাৰ ঘটনাৰ পিছত চাজন নামৰ আন এজন সৰবৰাহকাৰীক আটক কৰাৰ লগতে উদ্ধাৰ কৰে হেৰ’ইন ৷
আৰু পঢকঃ ফটাশিলত জ্যেষ্ঠ নাগৰিকৰ সভা