New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
- ডবকাৰ চৌধুৰীবজাৰত চাঞ্চল্যকৰ ঘটনা।
- দেওবাৰ সংঘটিত হয় এই ঘটনা।
- মোৰাঝাৰ আৰক্ষী বিষয়া বিজয় কৃষ্ণ নাথক হত্যাৰ চেষ্টা কৰাৰ অভিযোগ।
- ট্রেক্টৰেৰে খুন্দিয়াই বিষয়াজনক হত্যাৰ চেষ্টা ভূ-মাফিয়াৰ।
- কাষৰ পুখুৰীত জাঁপ মাৰি প্রাণৰক্ষা আৰক্ষী বিষয়াজনৰ।
- আৰক্ষী বিষয়াজনে খেদি খেদি কৰায়ত্ত কৰে ট্রেক্টৰখনৰ চালকক।
- ট্রেক্টৰসহ আটক কৰে চালক ইয়াহইয়া আহমেদক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us