/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/a4fd65b7-c5af-4cdf-9fba-800739d8fe40/cyber_police_20.jpg)
মহানগৰীৰ চাইবাৰ ক্ৰাইমঃ
মহানগৰীত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান।
অভিযানত বহিঃৰাজ্যৰ ৪ চাইবাৰ অপৰাধীক গ্রেপ্তাৰ।
ভেটাপাৰাৰ এটা অতিথিশালাত অভিযান চলাই গ্রেপ্তাৰ।
গ্রেপ্তাৰ: দীপক সিং, ৰূপম গোস্বামী, ফিৰোজ খান, শ্লোক কুমাৰ।
অপৰাধীকেইটাৰ পৰা উদ্ধাৰ ১২টা ম’বাইল, এটা লেপটপ, বহু ATM কাৰ্ড।
বশিষ্ঠ আৰক্ষী আৰু অপৰাধ শাখাই চলাইছিল যুটীয়া অভিযান।
Also Read: পুনৰ বহি:ৰাজ্যত মৃত্যু অসমৰ যুৱকৰ
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us